Donate
Chief Executive Officerchief minister

Chief Justice (English) [ IPA: ˈtʃiːf ˈdʒəstəs ASM: চিফ জাষ্টিচ]
Contributed by: Partha P Sarmah on 2008-03-27
1. (Common Noun-Common &/or Masculine) the senior most judge of the Supreme Court or (each of)the High Courts of a country. কোনো দেশৰ উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয় সমূহৰ (গাইগুটীয়া ভাবে) প্ৰধান বিচাৰক৷ এখেতক সাধাৰণতে জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তি দিয়া হয়৷